...

অসম চৰকাৰে ডিব্ৰুগড়ৰ দুখন মূল উৰণীয়া সেতুৰ নামত অনুমোদন

Spread the love

অসম চৰকাৰে ডিব্ৰুগড়ৰ দুখন মূল উৰণীয়া সেতুৰ নামত অনুমোদন

অসম চৰকাৰে আনুষ্ঠানিকভাৱে অনুমোদন জনাইছে ডিব্ৰুগড় চহৰত নতুনকৈ নিৰ্মিত দুখন উৰণীয়া সেতুৰ নামকৰণ

১) ৰাষ্ট্ৰীয় ঘাইপথ ৩৭ নং আৰু কনভয় ৰোডৰ সংযোগস্থলত পি ডব্লিউ আৰ ডিয়ে নিৰ্মাণ কৰা উৰণীয়া সেতুখনৰ নাম হ’ব — “ড° লীলা গগৈ উৰনীয়া সেতু”।

২) উত্তৰ-পূব সীমান্ত ৰেলৱে মানকটা পথৰ থানা চাৰিআলিৰ সমীপত নিৰ্মাণ কৰা ৰেলৱে অভাৰব্ৰিজ (ROB) ৰ নাম — “বাগ্মীবৰ নিলমনি ফুকন উৰনীয়া সেতু” ৰখা হ’ব।

এই নামকৰণ প্ৰস্তাৱ অসমৰ মুখ্যমন্ত্ৰীয়ে অনুমোদন জনাইছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *