জব্দ অত্যাধুনিক মাৰণাস্ত্ৰ
ৰাষ্ট্ৰপতি শাসন বলবৎ হোৱাৰ পিছতে অবৈধ মাৰণাস্ত্ৰ সমুহ জমা দিবলৈ ৰাজ্যপাল অজয় কুমাৰ ভাল্লাই দহ দিন সময় বান্ধি দিয়ে
ইয়াৰবপিছতে প্ৰতিদিনে মনিপুৰৰ প্ৰায় সমুহ জিলাৰ থানা আৰু আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত অবৈধ মাৰণাস্ত্ৰ জমা দিছে অস্ত্ৰ মজুতকাৰীয়ে।