...

অমৃতপাল সিঙৰ সহযোগী এন এছ এৰ সাতজন বন্দীক আজি কটকটীয়া নিৰাপত্তাৰ অধীনত বিমানযোগে পঞ্জাৱলৈ লৈ যোৱা হব ।

Spread the love

ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ পৰা আইনী বদলি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি পঞ্জাৱ আৰক্ষীয়ে তেওঁলোকক ট্ৰেনজিট ৰিমাণ্ড নিছে ।

সূত্ৰ অনুসৰি তেওঁলোকক দুখন ভিন্ন বিমানত লৈ যোৱা হ’ব ।

ইয়াৰে তিনিজনক ইতিমধ্যে ইণ্ডিগ’ৰ বিমানেৰে পঞ্জাৱলৈ নিয়াৰ বাবে ডিব্ৰুগড়ৰ মোহনবাৰী বিমানবন্দৰলৈ অনা হৈছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *