চাইন অন ডেক্সঃ ছত্তীশগড়ৰ এনকাউণ্টাৰত এজন জোৱান, ১৮জন মাওবাদী নিহত
দন্তেৱাড়া সীমান্তৰ সমীপৱৰ্তী বিজাপুৰ জিলাৰ গংগালুৰ থানাৰ অন্তৰ্গত জংঘল অঞ্চলত মাওবাদীৰ উপস্থিতিৰ চোৰাংচোৱা তথ্য লাভ কৰি নিৰাপত্তাৰক্ষীয়ে বিদ্ৰোহ বিৰোধী অভিযান চলাই থকাৰ সময়তে পুৱা ৭ বজাত সংঘটিত হয় এই এনকাউণ্টাৰ।