...

পেহেলগাম কাণ্ডক সমৰ্থন জনোৱাৰ অপৰাধত গ্ৰেপ্তাৰ ছজন লোকক

Spread the love

পেহেলগামত সংঘটিত সন্ত্ৰাসবাদীৰ জঘন্য আক্ৰমণৰ সন্দৰ্ভত প্ৰত্যক্ষ বা পৰোক্ষভাৱে পাকিস্তানক সমৰ্থন কৰা ব্যক্তিক অসমবাসীয়ে কোনো কাৰণতে ক্ষমা নকৰে। এয়া সম্পূৰ্ণৰূপে দেশদ্ৰোহিতা হিচাপে বিবেচিত। এই বিষয়ত জড়িত নিম্নলিখিত লোকসকলক এতিয়ালৈকে অসম আৰক্ষীয়ে আটক কৰিছে। এওঁলোকে সামাজিক মাধ্যমত পাকিস্তানক প্ৰত্যক্ষ বা পৰোক্ষভাৱে সমৰ্থন আগবঢ়োৱাৰ তথ্য লাভ কৰা হৈছে।

•হাইলাকান্দি – মঃ জাবিৰ হুছেইন
•শিলচৰ – মঃ এ কে বাহাউদ্দিন, মঃ জাভেদ মজুমদাৰ
•মৰিগাঁও – মঃ মাজাহাৰ মিয়া ওৰফে মঃ মুজিহিৰুল ইছলাম
•নগাঁও – মঃ আমিনুল ইছলাম
•শিৱসাগৰ – মঃ চাহিল আলী

আমাৰ এই অভিযান চলি আছে। আৰু বিভিন্নজনক তথ্যৰ আধাৰত আইনৰ আওতালৈ অনা হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *